Misikiya Official

Just another Assamese blog :)

JEC PART 38 | JEC CHAPTER 2 PART 6 | {Live}

আপুনি যদি সেই লাখ READERS মাজত এজন জুনে JEC পঢ়ি ভাল পাইছে তেনেহলে নিশ্চয় আপুনি JEC Part 38 / JEC Chapter 2 Part 6 বিচাৰি ফুৰিব কিয়নো এতিয়া লৈকে আমি JEC PART 37 / CHAPTER 2 PART 5 লৈকে পঢ়ি যিমান খিনি পঢ়ি ভাল পাইছো সেই ভালপোৱাই আমাক JEC পৰৱৰ্তী PART পঢ়িবলৈ বাধ্য কৰাব ৷

আৰু যিয়ে কাহিনী টো ভালকৈ পঢ়া নাই মই তেওঁ লোকক এটাই কথা কম এবাৰ ভালকৈ প্রথমৰ পৰা পঢ়ি চাওক ৷ প্রথমৰ পৰা পঢ়িবৰ বাবে মই আপোনালোকৰ বাবে আন এটা ARTICLE লিখিছো যত ধুনীয়াকৈ মই JEC LOVE STORY PARTS LINK দি থৈছো , ফলত READERS ৰ একো অসুবিধা নহয় JEC ৰ PARTS বোৰ বিছাৰি ফুৰোতে বহুত সময় লাগে সেয়ে মই লিংক বোৰ ইয়াতে দি দিছো ৷

JEC LOVE STORY BY Indranee Sharma

JEC CHAPTER 2 PART 5 IS LIVE NOW

Link to that article : Jec Love Story all Parts

About JEC PART 38 JEC CHAPTER 2 PART 6

ইন্দ্ৰানি বায়ে লিখা JEC Love Story কাহিনীয়ে বহুতকে লিখিবলৈ উৎসাহ দিছে আৰু গোটেই অসমকে ধৰি উওৰ -পূৰ্বাঞ্চল বহুতকে এটা ভাল কাহিনী পঢ়িবলৈ সুযোগ দিছে ৷ আমি এই JEC ৰ TREND দেখিয়ে বুজি পাও যে ভাল লিখনি পালে সকলোৱে পঢ়ে ৷

JEC Love Story পঢ়াৰ পিছত বহুতে অর্ণব আৰু আস্থাৰ মাজত নিজকে বিচাৰি পাইছে ৷ এইটো তেতিয়াই সম্ভৱ যেতিয়া কাহিনীটো অকল কাহিনীয়ে হৈ নাথাকে সেইটো এটা EMOTION হয় যায় আৰু JEC Love Story আমাৰ EMOTION হৈ গৈছে হয়তো সেয়ে আপোনিয়ো JEC ৰ পৰৱৰ্তী PART বিচাৰি ফুৰিছে ৷

JEC CHAPTER 2 PART 6| JEC PART 38
JEC CHAPTER 2 PART 6| JEC PART 38

JEC ৰ কাহিনী পঢ়ি অকল আমি সচা ভালপোৱাৰ অর্থ কি এয়াই নহয় আনকি JEC ভালপোৱা কাহিনী সেই লিখক বোৰৰ কাৰণে WAKE UP CALL যিয়ে এনে কাহিনী লিখি ভাল পায় ৷ আপোনিয়ো লিখক আপোনাৰ কাহিনী ৷

আমি অসম বাসি ৰাইজ হিচাপে বহুত গর্ব অনুভৱ কৰো যে অসমত JCB নহয় JEC ৰ দৰে হৃদয় চুই যোৱা কাহিনী ভাইৰেল হয় ৷ Main Stream মেডিয়া যেনে HUFFINGPOST.IN তেওঁলোকে JEC ৰ বিষয়ে ধুনীয়াকৈ ARTICLE লিখি উলিয়াইছে ৷

LINK TO Huffingtonpost’s article JEC: Posted On Facebook, This Bengaluru Techie’s Novel Has Gone Viral In Assam

তাৰ মানে JEC অকল উওৰ -পূৰ্বাঞ্চলত য়ে নহয় আনকি গোটেই ভাৰতৰ মানুহে ইয়াৰ বিষয়ে গম পাই ৷

Ketia Pam JEC PART 38 / JEC CHAPTER 2 PART 6

যদি আপুনি এতিয়াও বিচাৰি আছে JEC PART 38 / JEC CHAPTER 2 PART 6 তেনেহলে মই আপোনাক জনাই দিও যে পৰৱৰ্তী দেওবাৰে ৰাতিপুৱা 10.00 বজাত ইন্দ্ৰানিৰ BLOG ত পাই যাব ৷ আজিৰ বাবে বাৰু ইমানেই , আশা কৰো ARTICLE টো পঢ়ি ভাল পালে |

Pinku

Reader | Writer |Blogger | Student | Listener | Observer

Leave a Reply

Back to top